New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ab87155-909e-49f9-a8ce-a3b39c030bca/accident_7.jpg)
road accident
বৃহস্পতিবাৰে বজালীত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।
বজালীৰ ভৱানীপুৰ চৌধুৰীপাৰাত এই পথ দুৰ্ঘটনা সংঘটিত হয়।
দুৰ্ঘটনাৰ ফলত থিতাতে নিহত হয় এজন লোক।
নিহত লোকজন উত্তৰ প্রদেশৰ ৰাজেশ প্রজাপতি
গৈ থকা ট্রাকত খুন্দা মৰাৰ ফলত এই ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে।