New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/dangor-khobr-4.jpg)
- বজালীৰ ভবানীপুৰ সমষ্টিৰ অ'জাসস্ত্রত অবাঞ্চিত ঘটনা।
- ৰাজপথৰ কাষত অচিনাক্ত দুৰ্বৃত্তই পেলাই থৈ গ'ল গৰুৰ মূৰ।
- এঘৰ পৰিয়ালৰ চোতালত গো মাংসও দলিয়াই থৈ যায়।
- ঘটনাক কেন্দ্র কৰি অঞ্চলজুৰি চেপা উত্তেজনা।
- ঘটনাস্থলীত উপস্থিত বজালী জিলা আৰক্ষী অধীক্ষকৰ বৃহৎ দল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us