বজালীৰ বানত ক্ষতিগ্রস্ত হোৱা পৰিয়াললৈ ৰাজ্য চৰকাৰৰ চেক বিতৰণ…

বজালীৰ বানত ক্ষতিগ্রস্ত হোৱা পৰিয়াললৈ ৰাজ্য চৰকাৰৰ চেক বিতৰণ…

author-image
asomiyapratidin
New Update
বজালীৰ বানত ক্ষতিগ্রস্ত হোৱা পৰিয়াললৈ ৰাজ্য চৰকাৰৰ চেক বিতৰণ…

ডিজিটেল সংবাদ, বজালী : চলিত বৰ্ষৰ জুন আৰু জুলাই মাহত বজালীৰ পহুমাৰা আৰু কালদিয়া নৈয়ে প্ৰলয়ৰ সূচনা কৰাৰ ফলত জিলাখনৰ ১৩৮ টা পৰিয়ালৰ ঘৰ সম্পূৰ্ণ ৰূপে ধ্বংস হোৱাৰ বাবে ১ কোটি ৩১ লাখ টকা দিয়াৰ উপৰিও ৯ হাজাৰ ৩৯৯ টা গৃহ আংশিক ভাবে ক্ষতিগ্রস্ত হোবা পৰিয়ালক ১ কৌটি ৪ লাখ টকা ৰাজ্য চৰকাৰৰ পৰা আগবঢ়ায়।

শনিবাৰে এই সকল লোকক ৰাজ্য চৰকাৰৰ পৰা প্ৰদান কৰা চেক বজালী জিলা প্ৰশাসনে আয়োজন কৰা সভাত জ্যেষ্ঠ কেবিনেট মন্ত্রী পাটাছাৰকুছি সমষ্টিৰ স্থানীয় বিধায়ক ৰনজিত কুমাৰ দাস আৰু ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফনী তালুকদাৰে বিতৰণ কৰে।

assam bjp