New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/election-agrani.jpg)
- বৈঠালাংছ' বিধানসভা সমষ্টিৰ ২৯৬ টা ভোট কেন্দ্ৰৰ বিপৰীতে ২১ ৰাউণ্ডৰ ভিতৰত বৰ্তমান প্ৰথম ৰাউণ্ড গণনাৰ ফলাফল প্ৰকাশ।
- হৰেণ সিং বে'য়ে লাভ কৰিছে ৪০০৮ টা ভোট।
- কংগ্ৰেছ প্ৰাৰ্থী বীৰেণ সিং ইংতিয়ে লাভ কৰিছে ১৪৭৭ টা ভোট।
- হলিৰাম টেৰাঙে লাভ কৰিছে ৪৪৯ টা ভোট।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us