New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/c6d52417-23ac-4fed-9fbe-9f66d9d72f64/uiuiu.jpg)
বাইহাটা চাৰিআলিৰ অসম পাৰ্কিঙত অঘটন।
শুই থকা অৱস্থাতে দুজনক মহটিয়াই নিলে এখন টেংকাৰে।
সোমবাৰে সংঘটিত হয় এই দুৰ্ঘটনাটো।
ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত দুজন লোক।
নিহত লোক দুজন মণ্টু সিং আৰু ৰামু।
দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে টেংকাৰখন।