/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/1ee7238e-a71a-4042-b151-ce86ce4d714e/dssss.jpg)
-
শোনিতপুৰৰ চাৰিদুৱাৰৰ ৪ নং বগীজুলীৰ মৰেল পুলিচিংৰ ঘটনাৰে জড়িত মূল অভিযুক্ত অৰূপ বসুমতাৰীক আটক চাৰিদুৱাৰ আৰক্ষীৰ।
-
৭০ উৰ্ধৰ এগৰাকী বৃদ্ধক নিৰ্মম ভাৱে প্ৰহাৰ কৰা ঘটনাৰে জড়িত মূল অভিযুক্ত আছিল অৰূপ বসুমতাৰী।
-
আৰক্ষীয়ে ইতিমধ্যে অৰূপক আটক কৰি 84/2024 নম্বৰ ৰ গোচৰ ৰুজু কৰি 448/386/325/354/379/34 গোচৰৰ ভিত্তিত জেল হাজোতলৈ প্ৰেৰণ কৰিছে।
-
জানিব পৰা মতে, অৰূপ বসুমতাৰী উত্তৰ ঢেকীয়াজুলি মণ্ডল যুৱ মৰ্চাৰ কোষাধক্ষ বুলি জানিব পৰা গৈছে।
-
ঘটনা সন্দৰ্ভত চাৰিদুৱাৰ আৰক্ষী থানাত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ৷