বগীজুলীৰ মৰেল পুলিচিঙৰ ঘটনাৰে জড়িত মূল অভিযুক্তক আটক...

বগীজুলীৰ মৰেল পুলিচিঙৰ ঘটনাৰে জড়িত মূল অভিযুক্তক আটক...

  • শোনিতপুৰৰ চাৰিদুৱাৰৰ ৪ নং বগীজুলীৰ মৰেল পুলিচিংৰ ঘটনাৰে জড়িত মূল অভিযুক্ত অৰূপ বসুমতাৰীক আটক চাৰিদুৱাৰ আৰক্ষীৰ।

  • ৭০ উৰ্ধৰ এগৰাকী বৃদ্ধক নিৰ্মম ভাৱে প্ৰহাৰ কৰা ঘটনাৰে জড়িত মূল অভিযুক্ত আছিল অৰূপ বসুমতাৰী।

  • আৰক্ষীয়ে ইতিমধ্যে অৰূপক আটক কৰি 84/2024 নম্বৰ ৰ গোচৰ ৰুজু কৰি 448/386/325/354/379/34 গোচৰৰ ভিত্তিত জেল হাজোতলৈ প্ৰেৰণ কৰিছে।

  • জানিব পৰা মতে, অৰূপ বসুমতাৰী উত্তৰ ঢেকীয়াজুলি মণ্ডল যুৱ মৰ্চাৰ কোষাধক্ষ বুলি জানিব পৰা গৈছে।

  • ঘটনা সন্দৰ্ভত চাৰিদুৱাৰ আৰক্ষী থানাত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ৷

বগীজুলীৰ মৰেল পুলিচিঙৰ ঘটনাৰে জড়িত মূল অভিযুক্তক আটক...
চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত বিশেষ কৰ্মশালা...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in