ডাম্পাৰৰ খুন্দাত প্ৰাণ গ'ল স্কুটী আৰোহীৰ...

বদৰপুৰত ৩৭নং ৰাষ্ট্রীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। দেওবাৰে সংঘটিত হয় পথ দুৰ্ঘটনাটো।

author-image
Asomiya Pratidin
New Update
বোকাখাতত ভয়ংকৰ পথ দুৰ্ঘটনা : থিতাতে নিহত এজন

road accident road accident

  • বদৰপুৰত ৩৭নং ৰাষ্ট্রীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।

  • দেওবাৰে সংঘটিত হয় পথ দুৰ্ঘটনাটো।

  • ডাম্পাৰে পিছফালৰ পৰা খুন্দিয়ালে স্কুটীসহ আৰোহীক।

  • দুৰ্ঘটনাত নিহত স্কুটী আৰোহী প্রদীপ কুমাৰ নাথ।

  • পেছাত তেওঁ এগৰাকী টেট শিক্ষক আছিল।

  • মৃত শিক্ষকজনৰ ঘৰ কাছাৰৰ কালাইনত বুলি জানিব পৰা গৈছে।

  • আৰক্ষীয়ে জব্দ কৰে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন।