অসম নিৰ্বাচন-২০১৯ গুৱাহাটীত আগবাঢ়িছে কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মা… গুৱাহাটীত আগবাঢ়িছে কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মা… asomiyapratidin 23 May 2019 10:48 IST Follow UsNew Updateগুৱাহাটীত বিজেপি প্ৰাৰ্থীক চেৰ পেলাই আগবাঢ়িছে কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মা।সমষ্টিটোত ববিতা শৰ্মাই লাভ কৰিছে ৩৭৫০৬টা ভোট।বিজেপি প্ৰাৰ্থী কুইন ওজাই লাভ কৰিছে ৩০০০৮টা ভোট।সমষ্টিটোৰ নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকাই লাভ কৰিছে ৫৬১টা ভোট।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক