গুৱাহাটী উচ্চ ন্যায়ালয়ত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মা

গুৱাহাটী উচ্চ ন্যায়ালয়ত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মা

author-image
asomiyapratidin
New Update
১ মিনিটত ২৫ খবৰ

  • গুৱাহাটীত কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ।
  • উচ্চ ন্যায়ালয়ত নিৰ্বাচনী প্ৰচাৰ কংগ্ৰেছ নেত্ৰীগৰাকীৰ।
  • 'বিজেপিয়ে জনসাধাৰণক মূল ইছ্যুৰ পৰা আঁতৰাই ৰখিছে।'
  • 'সেয়েহে নৃত্য-গীতেৰে চমক সৃষ্টি কৰিছে।'
  • কুইন ওজাৰ শিক্ষাগত অৰ্হতাক লৈও কটাক্ষ নেত্ৰীগৰাকীৰ।
  • 'পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে শিক্ষাগত অৰ্হতা বিচাৰে কিন্তু লোকসভা নিৰ্বাচনত অশিক্ষিত প্ৰাৰ্থীক থিয় কৰোৱায়।'
  • 'বয়স কম হ'লেও কুইনত ওজাতকৈ সামাজিক অভিজ্ঞতা মোৰ বেছি।'