লাহৰীঘাটত হিন্দু কিশোৰীক ফুচুলাই নি মুছলমান যুৱকৰ শ্লীলতা হানিৰ চেষ্টা।
কথমপি ভয়ানক বিপদৰ পৰা ৰক্ষা দুই কিশোৰী।
ঘটনাৰ পাছতে এগৰাকী কিশোৰীয়ে মুখ্যমন্ত্ৰীলৈ পঠালে মেছেজ বাৰ্তা।
মেছেজ বাৰ্তা প্ৰেৰণৰ পাছতে বৰছলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এটা লম্পটক।
লম্পটটোৰ নাম নুৰ জামান সৰকাৰ ।
নুৰ জামানক লাহৰীঘাট আৰক্ষীয়ে সোধ পোছ অব্যাহত ৰাখিছে।
ঘটনাৰ সৈতে জড়িত আন দুজন পলাতক।