/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/1095554f-6f11-46d8-a3b1-5d6fecf110a9/download.jpg)
নলবাৰীৰ দকোহাত শিহৰণকাৰী ঘটনা।
দেউতাক আৰু ভায়েকৰ দাৰ ঘাপত আহত ককায়েক-বৌৱেক।
বৃহস্পতিবাৰে সংঘটিত হয় এই ঘটনা।
ঘটনা সংঘটিত কৰি পলায়ন মোহন দাস আৰু পুমা দাস।
গুৰুতৰভাৱে আহত জেউতী নমশুদ্রুক গুৱাহাটীলৈ প্রেৰণ।
ককায়েক খৰ্গেশ্বৰ দাসক নলবাৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি।