অসম মুখ্য-পৃষ্ঠা সোণাৰিত চাঞ্চল্যকৰ ঘটনাঃ শিশু অপহৰণৰ চেষ্টা… সোণাৰিত চাঞ্চল্যকৰ ঘটনাঃ শিশু অপহৰণৰ চেষ্টা… asomiyapratidin 31 Aug 2022 07:40 IST Follow UsNew Updateসোণাৰিত চাঞ্চল্যকৰ ঘটনা।অপহৰণকাৰীৰ কবলৰ পৰা কথমপি ৰক্ষা পৰিল এটি শিশুৰ।নেকিব নামৰ লোকজনে অপহৰণ কৰি নিছিল শিশুটিক।CCTVৰ ফুটেজৰ জৰিয়তে আৰক্ষীয়ে উদ্ধাৰ কৰে শিশুটিক।অপহৰণকাৰী নেকিবক আটক সোণাৰি আৰক্ষীৰ।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক