মালিগাৱঁত অপহৰণৰ চেষ্টা শিশুক...

মালিগাৱঁত অপহৰণৰ চেষ্টা শিশুক...
  • মহানগৰীৰ মালিগাঁৱত চাঞ্চল্য

  • বিদ্যালয়ৰ পৰা এটি শিশুক অপহৰণৰ চেষ্টা এজন লোকৰ

  • মালিগাঁও নিম্ন প্রাথমিক বিদ্যালয়ৰ চৌহদত সংঘটিত এই ঘটনা

  • অপহৰণৰ চেষ্টা চলায় বিহাৰৰ সুধাংশু কুমাৰ নামৰ এজন বি এছ এফ জোৱানে

  • বিদ্যালয়ৰ বাহিৰত থকা একাংশ লোকে আবদ্ধ কৰে লোকজনক

  • ঘটনাস্থলীত জালুকবাৰী আৰক্ষী উপস্থিত হৈ আটক কৰে লোকজনক

  • জোৱানজনৰ সৈতে এগৰাকী মহিলাও জড়িত থকাৰ সন্দেহ

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in