/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/a72a186f-3b5e-4eba-aecb-81a7fe871ff2/111.jpg)
-
মহানগৰীৰ মালিগাঁৱত চাঞ্চল্য
-
বিদ্যালয়ৰ পৰা এটি শিশুক অপহৰণৰ চেষ্টা এজন লোকৰ
-
মালিগাঁও নিম্ন প্রাথমিক বিদ্যালয়ৰ চৌহদত সংঘটিত এই ঘটনা
-
অপহৰণৰ চেষ্টা চলায় বিহাৰৰ সুধাংশু কুমাৰ নামৰ এজন বি এছ এফ জোৱানে
-
বিদ্যালয়ৰ বাহিৰত থকা একাংশ লোকে আবদ্ধ কৰে লোকজনক
-
ঘটনাস্থলীত জালুকবাৰী আৰক্ষী উপস্থিত হৈ আটক কৰে লোকজনক
-
জোৱানজনৰ সৈতে এগৰাকী মহিলাও জড়িত থকাৰ সন্দেহ