/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/25c3ec26-4615-47b4-b6c1-f1fc12443e0c/pic_eimuhurtor_khobor_copy.jpg)
· ঘৰৰ ভিতৰত ইউনাইটেড পিপলছ্ পাৰ্টী লিবাৰেলৰ কৰ্মীগৰাকীক আক্রমণ দুৰ্বৃত্তৰ
· ঘটনাত বড়োলেণ্ড পিপলছ্ ফ্ৰন্টৰ ৫জনীয়া দল জড়িত থকাৰ অভিযোগ
· আহত গিৰীণ ৰামছিয়াৰীক চিকিৎসালয়ত ভৰ্তি
· বড়োলেণ্ড পিপলছ্ ফ্ৰন্ট ত্যাগ কৰি ইউনাইটেড পিপলছ্ পাৰ্টী লিবাৰেলত যোগদান কৰা বাবেই আক্রমণ
· ৫ বড়োলেণ্ড পিপলছ্ ফ্ৰন্ট কৰ্মীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ইউনাইটেড পিপলছ্ পাৰ্টী লিবাৰেলে