আস্থা চৌধুৰী আৰু শিৱাংগী শৰ্মালৈ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ চাকৰিৰ প্রস্তাৱ...

অসমৰ দুই সাঁতোৰবিদলৈ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ চাকৰিৰ প্রস্তাৱ

author-image
Asomiya Pratidin
New Update
আস্থা চৌধুৰী আৰু শিৱাংগী শৰ্মালৈ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ চাকৰিৰ প্রস্তাৱ...

astha sivangi

ডিজিটেল ডেস্ক : অসমৰ দুই সাঁতোৰবিদলৈ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ চাকৰিৰ প্রস্তাৱ। অসমৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাঁতোৰ প্ৰতিযোগিতাত সফল প্ৰদৰ্শনেৰে সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছে অসমৰ দুগৰাকী সাঁতোৰবিদ আস্থা চৌধুৰী আৰু শিৱাংগী শৰ্মাই।

Advertisment

উল্লেখ্য যে এই দুগৰাকী সাঁতোৰবিদলৈ লৈ চাকৰিৰ প্ৰস্তাৱ আগবঢ়াইছে উত্তৰ-পূব সীমান্ত ৰে’লৱেয়ে। শুকুৰবাৰে দুয়োগৰাকী সাঁতোৰবিদে যোগদান কৰিব উত্তৰ-পূৱ ৰে’লৱেত। শেহতীয়া ৰাষ্ট্রীয় ক্রীড়াত দুয়োগৰাকী খেলুৱৈয়ে ভংগ কৰিছে ৰাষ্ট্রীয় অভিলেখ।

assam swimmer astha chaudhuri sivangi sharma