New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/02/assam-nagarikj.jpg)
- গুৱাহাটী প্রেছ ক্লাৱত অসম নাগৰিক সমাজৰ সংবাদমেল।
- প্রধানমন্ত্রীক সমালোচনা অসম নাগৰিক সমাজৰ।
- প্রতিশ্রুতি ৰক্ষা কৰাত ব্যৰ্থ প্রধানমন্ত্রী নৰেন্দ্র মোডী।
- 'এক্সপ্রেছ হাইৱেৰ কাম নহ'ল'।
- 'নিৰ্বাচন আহিলে প্রতিশ্রুতি দিয়ে কিন্তু প্রতিশ্রুতি ৰক্ষা নকৰে'।
- 'ভিজন ডকুমেণ্টত লিখা প্রতিশ্রুতি পালন নকৰে বিজেপিয়ে'।
- 'চাহ শ্রমিকৰ মজুৰি ক্ষেত্রত একো নকৰিলে চৰকাৰে'।
- 'গণতন্ত্রক প্রচাৰতন্ত্রত পৰিণত কৰিলে বিজেপি চৰকাৰে'।
- 'বিজেপি চৰকাৰে ধন বিতৰণ কৰি ভোট কিনাৰ চেষ্টা কৰিছে'।
- 'প্রধানমন্ত্রী, গৃহমন্ত্রীয়ে চৰকাৰী ধন খৰছ কৰি অসমলৈ আহিছে'।