/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/oiio.jpg)
ডিজিটেল ডেস্ক: বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু। দুলীয়াজানৰ নাওশলীয়াৰ শ্রদ্ধা বৰুৱা নামৰ যুৱতীগৰাকীৰ মৃত্যুয়ে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে।
নাওশলীয়াৰ বৰহোলা জুটুলীবাৰী গাঁৱৰ উত্তম বৰুৱাৰ কন্যা শ্রদ্ধা। দিল্লীৰ ৰোহিনী চেক্টৰ ১৭ত আছিল যুৱতীগৰাকী । জানিব পৰা মতে মাচুৰীৰ ধমৰশালাত নৈত গা ধুবলৈ গৈ মৃত্যু শ্রদ্ধা বৰুৱাৰ ।
কিন্তু শ্রদ্ধাক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ পৰিয়াল বৰ্গৰ। পিতৃয়ে আৰ্থিক দীনতাৰ বাবে ঘৰলৈ আনিবলৈ সক্ষম হোৱা নাই মৃতদেহ।
আৰু পঢ়ক: বায়ুসেনাৰ মিগ-২১ বিমান দুৰ্ঘটনাগ্ৰস্ত, দুজন পাইলট নিহত….