কবিতা ৪৭/ চখান সাইৰ্বা য মান্হুটু...

চখান সাইৰ্বা য মান্হুটুক/ চিনি নাপৈ কাৱে/ তেউ দিনোত ঘুমৈ/ ৰাতি হলি চখান সাৰে

author-image
Asomiya Pratidin
New Update
কবিতা ৪৭/ চখান সাইৰ্বা য মান্হুটু...

নিবেদিতা হাজৰিকা

চখান সাইৰ্বা য মান্হুটুক

চিনি নাপৈ কাৱে,

তেউ দিনোত ঘুমৈ

ৰাতি হলি চখান সাৰে।

মান্হুটু ৰাতিৰ দৰে কলা

নিমখোৰ দৰে বগা তেউৰ দাত,

কিত্তাবা সুখে আউগ্ৰি ধৈল্লি

দাতকেইটাই উৱাহ টানে।

চখানোত চুৰ নুসুমৈ কুন্তি

চখান ৰখাতু তেউৰ চখ।

assam assamese poem