অসমীয়া যুৱকক আক্ৰমণ অৰুণাচলী দুৰ্বৃত্তৰ…

অসমীয়া যুৱকক আক্ৰমণ অৰুণাচলী দুৰ্বৃত্তৰ…

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

ডিজিটেল সংবাদ লখিমপুৰ: অসম অৰুণাচল সীমান্তৱৰ্তী ৰূপহী ৰাজগড়ত উত্তপ্ত পৰিস্থিতি। চল্লিছ জনীয়া অৰুণাচলী দুৰ্বৃত্তই আক্ৰমণ কৰে অসমীয়াক। চোকা অস্ত্ৰ যাঠি, জোং ,ৰ'ড লৈ অসমৰ ছয় জনীয়া অসমীয়া যুৱকক আক্ৰমণ কৰে দলটোৱে৷

Advertisment

দেওবাৰে নিশা এক মান বজাত এই ঘটনা সংঘটিত হয় ৷ অৰুণাচলৰ চাৰি জনীয়া যুৱকৰ দল এটাই দোভাগ নিশা ৰুপহী ৰাজগড়ত পায়চাৰি কৰে। গাঁওৰক্ষী বাহানীৰ দলটোৱে তেওঁলোকক সোধা পোচা কৰি যাবলৈ দিয়ে ৷ তাৰ পাছতেই যুৱক কেইজনৰ নেতৃত্বত প্ৰায় ৪০ জনীয়া আৰুণাচলী দুৰ্বৃত্তৰ দলটোৱে অতৰ্কিতে গাঁওৰক্ষী বাহিনীৰ যুৱক কেইজনক আক্ৰমণ কৰে ৷

আৰু পঢ়ক: বাক্সাৰ দিহিৰাত পি.এম.এ.ৱাই গৃহৰ নামত ব্যাপক কেলেংকাৰী

assam attack arunachal