সকলোতে হাউছফুলঃ হিমাংশু প্ৰসাদৰ চিনেমা বুলু ফিল্মলৈ বিপুল সঁহাৰি...

টিকট বিচাৰি হেতা ওপৰা

author-image
Asomiya Pratidin
New Update
সকলোতে হাউছফুলঃ হিমাংশু প্ৰসাদৰ চিনেমা বুলু ফিল্মলৈ বিপুল সঁহাৰি...

bulu film

ডিজিটেল ডেস্কঃ সামাজিক মাধ্যমত চৰ্চিত ছবি হিমাংশু প্ৰসাদ দাসৰ বুলু ফিল্মে শুকুৰ বাৰে মুক্তিলাভ কৰিছে। মুক্তিৰ প্ৰাক মুহুৰ্তৰ পৰাই টিকটৰ বাবে দৰ্শকৰ হেতা ওপৰা লগা পৰিলক্ষিত হয়। মুক্তিলাভ কৰা প্ৰায় কেইটা ছবিঘৰতে হাউচফুল। ইতিমধ্যে ছবি পৰিচালক হিচাপে হিমাংশু প্ৰসাদ দাসে দূৰদৰ্শন, ছাকিৰা আহিব বকুল তলৰ বিহুলৈ,গৰু আদিৰ জৰিয়তে তেওঁৰ দক্ষতাৰ উমান দিছে। উল্লেখ্য যে বিগত প্ৰাগ চিনে এৱাৰ্ডত বুলু ফিল্মে বিভিন্ন শিতানত বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। ছবি খনত হিমাংশু প্ৰসাদ, অপূৰ্ব বৰ্মন,প্ৰণামী আদি প্ৰতিভাৱান অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰিছে।

himanshu prashad das assamese film