/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/a701da55-e4a6-43c6-ba21-14240fd03970/download.jpg)
উত্তৰ প্রদেশৰ ৰে’লপথত উদ্ধাৰ অসমৰ যুৱকৰ মৃতদেহ
জানিব পৰা মতে যুৱকজন লামডিঙৰ হাতীভঙা কলনিৰ টুটন দে’
১ মাৰ্চত ৰে’লেৰে যাত্রা কৰিছিল যুৱকজনে
ৰে’লৰ ভিতৰতে যুৱকজনক হত্যা কৰি গোৰখপুৰ ষ্টেচনৰ সমীপত পেলাই দিয়াৰ সন্দেহ
মৃত্যুৰ পূৰ্বে মাতৃৰ সৈতে ফোনযোগে কথা হৈছিল যুৱকজনৰ
মাতৃক ফোনযোগে বৰ্ণনা কৰিছিল হত্যাৰ ষড়যন্ত্রৰ কথা
পুত্রৰ ফোনকলৰ পিছতেই আৰক্ষী, আৰ পি এফৰ কাষ চাপিছিল পৰিয়ালৰ লোক।
Also Read: নগাঁও কলেজ (অট’নমাচ)ত ফাকুৱা উৎসৱ উদযাপনৰ সজাগতামূলক কাৰ্যসূচী