New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/af3a61f9-4a25-4d28-93bc-d339dfe183f5/aimu.jpg)
ভূটানত অসমৰ যুৱকৰ মৃত্যু।
যুৱকজন যোগীঘোপাৰ ভৰালকুণ্ডী বিল গাঁৱৰ ছাদ্দাম আলী।
ভূটানৰ পাহাৰৰ পৰা নামি অহা পানীয়ে উটুৱাই নিছিল ছাদ্দাম আলীক।
পশ্চিমবংগৰ বানাৰহাটৰ কালাবাৰী চৰত উদ্ধাৰ ছাদ্দামৰ মৃতদেহ।
১১ জুলাইত ট্রাকেৰে ভূটানৰ পৰা শিল আনিবলৈ গৈছিল ছাদ্দাম।