অসম ৰাষ্ট্ৰীয় হাইদৰাবাদত কোৰোনাত আক্ৰান্ত হৈ অসমৰ মহিলাৰ মৃত্যু… হাইদৰাবাদত কোৰোনাত আক্ৰান্ত হৈ অসমৰ মহিলাৰ মৃত্যু… asomiyapratidin 21 Apr 2021 11:27 IST Follow UsNew Updateহাইদৰাবাদত কোৰোনাত আক্ৰান্ত হৈ অসমৰ এগৰাকী মহিলাৰ মৃত্যু।মৃত মহিলাৰ গৰাকী নগাঁৱৰ দিপ্তী হাজৰিকা।কোৰোনাত আক্ৰান্ত হৈ হাইদৰাবাদৰ চিকিৎসালয়ত ভৰ্তি হৈ আছিল মহিলা গৰাকী।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক