ৰাজ্যত এমাহত মৃত্যু ১৮ টাকৈ বন্যহস্তীৰ...

author-image
Asomiya Pratidin
New Update
ৰাজ্যত এমাহত মৃত্যু ১৮ টাকৈ বন্যহস্তীৰ...

  • বিগত এমাহত ৰাজ্যত মৃত্যু হৈছে ১৮ টাকৈ বন্যহস্তীৰ

  • এই তথ্য প্ৰকাশ কাজিৰঙা বন্যপ্ৰাণী উদ্ধাৰ, পুন:সংস্থাপন কেন্দ্ৰৰ

  • বিদ্যুৎস্পৃষ্ট হৈ, ৰেলৰ খুন্দাত অথবা আন দুৰ্ঘটনাত মৃত্যু হৈছিল বন্যহস্তী কেইটাৰ

  • ৰাজ্যখনত বিহত ২০২১ বৰ্ষত মৃত্যু ঘটিছিল সৰ্বমুঠ ৭১টা বন্যহস্তীৰ 

assam wild elephant