অসম মুখ্য-পৃষ্ঠা দিনৰ ১২ বজালৈকে ক’ত কিমান ভোটদানৰ হাৰ… দিনৰ ১২ বজালৈকে ক’ত কিমান ভোটদানৰ হাৰ… asomiyapratidin 18 Apr 2019 12:18 IST Follow UsNew Updateদিনৰ ১২ বজালৈকে কৰিমগঞ্জত ভোটদানৰ হাৰ ৩৩ শতাংশ।ডিফু সমষ্টিত ভোটদানৰ হাৰ ৩৪ শতাংশ।নগাঁৱত দিনৰ ১২ বজালৈকে ৪০ শতাংশ ভোটদানৰ হাৰ।শিলচৰত সমষ্টিত ৪১ শতাংশ ভোটদানৰ হাৰ।আৰু মঙলদৈত দিনৰ ১২ বজালৈকে ৩৭ শতাংশ ভোটদানৰ হাৰ।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক