অসম-ত্রিপুৰাৰ সীমান্তত লাখ টকাৰ গাঞ্জা জব্দ

অসম-ত্রিপুৰাৰ সীমান্তত লাখ টকাৰ গাঞ্জা জব্দ
  • অসম-ত্রিপুৰাৰ সীমামূৰীয়া কৰিমগঞ্জৰ চুড়াইবাৰীত গাঞ্জা জব্দ কৰে আৰক্ষীয়ে।

  • এখন ট্রাকেৰে সৰবৰাহ কৰা অৱস্থাত জব্দ কৰা হয় গাঞ্জািনি।

  • গাঞ্জাখিনিৰ পৰিমাণ ৪০১ কিলোগ্রাম আৰু গাঞ্জাখিনিৰ বজাৰ মূল্য প্রায় ৬০ লাখ টকা বুলি জানিব পৰা গৈছে।

  • ঘটনা সন্দৰ্ভত ৩জনক আটক কৰিছে আৰক্ষীয়ে।

  • আটকধীন লোককেইজন হ'ল প্রদীপ বিশ্বাস, মিণ্টু চৌধুৰী, সুজিত কুমাৰ নাথ।

অসম-ত্রিপুৰাৰ সীমান্তত লাখ টকাৰ গাঞ্জা জব্দ
পলাতক এ এছ পি শুভলক্ষ্মী দত্তক গ্ৰেপ্তাৰ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in