New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/tmc.jpg)
অসম তৃণমূল কংগ্রেছৰ সাধাৰণ সম্পাদকক বৰ্খাস্ত।
বৰ্খাস্ত অসম TMCৰ সাধাৰণ সম্পাদক অভিজিৎ মজুমদাৰক।
অসম TMCৰ সভাপতি ৰিপুন বৰাৰ নিৰ্দেশমৰ্মে বৰ্খাস্ত।
দল বিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত বৰ্খাস্ত।
দলৰ সকলো দায়িত্ব আৰু প্রাথমিক সদস্য পদৰ পৰাও বৰ্খাস্ত।
Also Read: ঢকুৱাখনাত নিৰুদ্দেশ হৈ থকা ব্যক্তিৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ