ইউক্ৰেইনৰ পৰা আহি দিল্লীত উপস্থিত অসমৰ ১০ গৰাকী শিক্ষাৰ্থী…

ইউক্ৰেইনৰ পৰা আহি দিল্লীত উপস্থিত অসমৰ ১০ গৰাকী শিক্ষাৰ্থী…

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

ডিজিটেল ডেস্ক: ইউক্ৰেইনত আৱদ্ধ হৈ থকা ভাৰতীয় নাগৰিক সকলক উদ্ধাৰৰ বাবে ভাৰত চৰকাৰে অহৰহ চেষ্টা কৰি গৈছে। ইয়াৰ মাজতে ৰবিবাৰে অসমৰ ১০ গৰাকী শিক্ষাৰ্থী ইউক্ৰেইনৰ পৰা আহি উপস্থিত হয় নতুন দিল্লীত।

Advertisment

নতুন দিল্লীত উপস্থিত হোৱা ছাত্ৰ-ছাত্ৰী সকল হ'ল  ভাস্বতী গোস্বামী( গুৱাহাটী ৰুক্মিনী গাঁও), মৃগাক্ষী কলিতা  (নলবাৰী), চাদ্দাম হুচেইন (ৰূপহী, নগাঁও), মমচাদ হাফিজ উদ্দিন আহমেদ (গৰৈমাৰী পাম), নয়নজ্যোতি দাস (নগাঁও), স্নেহা ডেকা (গোৰেশ্বৰ), আহমেদ নুৰ ইমৰুল কায়েচ (ধুবুৰী),অনন্যা দাস (সেউজপুৰ, ডিব্ৰুগড়), উদিত ভট্টাচাৰ্য (শিলচৰ, সুভাষ নগৰ), দেবাংগন বৰ্মন (শিলচৰ, দাস কলনি)।

assam ukraine russia