সৰ্বশিক্ষাৰ অধীনৰ ঠিকাভিত্তিক শিক্ষক-কৰ্মচাৰীলৈ সু-খবৰ, বৃদ্ধি পাব মৰগীয়া বানচ…

সৰ্বশিক্ষাৰ অধীনৰ ঠিকাভিত্তিক শিক্ষক-কৰ্মচাৰীলৈ সু-খবৰ, বৃদ্ধি পাব মৰগীয়া বানচ…

author-image
asomiyapratidin
New Update
বকোত পুনৰ উত্তেজনা :অসমত মেঘালয়ৰ আৰক্ষীয়ে চাউনি পাতি সপ্তাহিক বজাৰ দখলৰ ষড়যন্ত্ৰ…

  • সৰ্বশিক্ষা অভিযানৰ অধীনৰ ঠিকাভিত্তিক শিক্ষক আৰু অন্যান্য কৰ্মচাৰী, বিষয়াসকলৰ বাবে সুুখবৰ।
  • ১ ছেপ্টেম্বৰ ২০২২ৰ পৰা ১০ শতাংশ মৰগীয়া বানচ (ডি.এ.) বৃদ্ধি পাব।
  • লগতে অহা বছৰৰ ১ এপ্ৰিল, অৰ্থাৎ ২০২৩ চনৰ পৰা ৭ শতাংশকৈ মৰগীয়া বানচ বৃদ্ধি পাব।
  • টুইট যোগে ঘোষণা শিক্ষা মন্ত্ৰী ডা: ৰনোজ পেগুৰ
Advertisment


— Ranoj Pegu (@ranojpeguassam) September 1, 2022

assam guwahati himanta biswa sarma bjp