New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/election-result-and-agragati.jpg)
- স্বায়ত্ব শাসিত জিলা ডিফুত কংগ্ৰেছ প্ৰাৰ্থী বীৰেণ সিং ইংতিতকৈ ৬৭৮৩৪টা ভোটত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী হৰেণ সিং বে'।
- বৰপেটা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকতকৈ ৪২০৮৭ টা ভোটত আগবাঢ়ি আছে অগপ প্ৰাৰ্থী কুমাৰ দীপক দাস।
- ধুবুৰী সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীতকৈ ৯৭৪১৯ ভোটত আগবাঢ়ি আছে এআইইউডিএফ প্ৰাৰ্থী বদৰুদ্দিন আজমল।
- ডিব্ৰুগড়ত কংগ্ৰেছ প্ৰাৰ্থী পৱন সিং ঘাটোৱাৰতকৈ ২০৯৯৯৭ টা ভোটত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী ৰামেশ্বৰ তেলী।
- গুৱাহাটী সমষ্টিত বিজেপি প্ৰাৰ্থী কুইন ওজাতকৈ ২৯৫টা ভোটত আগবাঢ়ি আছে
কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মা। - যোৰহাটত কংগ্ৰেছ প্ৰাৰ্থী সুশান্ত বৰগোহাঁইতকৈ ৩৯৮০৮টা ভোটত আগবাঢ়ি আছে বিজেপিৰ তপন গগৈ।
- কলিয়াবৰত অগপ প্ৰাৰ্থী মণিমাধৱ মহন্ততকৈ ১৯০৪২টা ভোটত আগবাঢ়ি আছে কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ।
- কৰিমগঞ্জত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী কৃপানাথ মাল্লাতকৈ৬১৬৩৭টা ভোটত আগবাঢ়ি আছে এআইইউডিএফৰ প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাস।
- কোকৰাঝাৰত ইউপিপিএলৰ প্ৰাৰ্থী উৰ্খাও গৌড়া ব্ৰহ্মতকৈ ২২৩৪৫ টা ভোটত আগবাঢ়ি আছে নৱ কুমাৰ শৰণীয়া।
- লখিমপুৰত কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোহাঁইতকৈ ২৫৯১১৯টা ভোটত আগবাঢ়ি আছে বিজেপিৰ প্ৰদান বৰুৱা।
- মঙলদৈত কংগ্ৰেছ প্ৰাৰ্থী ভূৱনেশ্বৰ কলিতাতকৈ ৮৩৪২২টা ভোটত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়া।
- নগাঁও সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈতকৈ ৩০১৯১ টা ভোটত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মা।
- শিলচৰত কংগ্ৰেছ প্ৰাৰ্থী সুস্মিতা দেৱতকৈ ৩৭০৩৯টা ভোটত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী ৰাজদ্বীপ ৰয়।
- তেজপুৰ সমষ্টিত এমজিভিকে ভানুতকৈ ৭৬৯৬৬টা ভোটত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাস।