New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/election-result-and-agragati.jpg)
- কৰিমগঞ্জত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লা।
- গুৱাহাটীত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী কুইন ওজা।
- বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মা আগবাঢ়ি আছে নগাঁৱত।
- তেজপুৰ সমষ্টিত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাস।
- কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেক আগবাঢ়ি আছে বৰপেটাত।
- মঙলদৈত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী দীলিপ শইকীয়া।
- যোৰহাটত বিজেপিৰ তপন গগৈৰ আগবাঢ়ি আছে।
- আৰু ডিব্ৰুগড়ত বিজেপি প্ৰাৰ্থী ৰামেশ্বৰ তেলীৰ অগ্ৰগতি।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us