মেঘালয়ত আবদ্ধ অসমৰ ৩২খন বাহন সহ যাত্ৰী


মেঘালয়ত আবদ্ধ অসমৰ ৩২খন বাহন সহ যাত্ৰী
  • অসমৰ পঞ্জীয়নকৃত বহু বাহন আবদ্ধ মেঘালয়ত

  • পৰ্যটকসহ মুঠ ৩২ খন বাহন আবদ্ধ

  • কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ৰখা হৈছে বাহন কেইখন

  • বৰাপানীত আবদ্ধ ৭ খন বাহন

  • অসম-মেঘালয় সীমান্ত উত্তেজনাৰ বাবে কঠোৰ তালাচী গুৱাহাটী মহানগৰীতো

  • অসমৰ বাহন মেঘালয়ত প্ৰৱেশ কৰাত বাধা অব্যাহত আৰক্ষীৰ

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in