অসমলৈ অমিত শ্বাহ! মহানগৰ যান-বাহন আৰক্ষীয়ে জাৰি কৰিলে বিশেষ পথ নিৰ্দেশনা...

শুকুৰবাৰে অসমলৈ আহিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ।
amit shah
amit shah

ডিজিটেল ডেস্ক: শুকুৰবাৰে অসমলৈ আহিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ। কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ অসম ভ্ৰমণৰ পূৰ্বে মহানগৰ যান বাহন আৰক্ষীয়ে বিশেষ নিৰ্দেশনা জাৰি কৰিছে। তিনিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীলৈ আহিব অমিত শ্বাহ। ৭, ৮ আৰু ৯ অক্টোবৰত গুৱাহাটীত হ’ব কেইবাখনো সভাত অংশ গ্ৰহণ কৰিব শ্বাহে।

৭ অক্টোবৰৰ পুৱা ১১.৩০ৰ পৰা নিশা ১১ বজালৈ পথ নিৰ্দেশনা সমূহ-

  • ২৭-১৭ নং ৰাষ্ট্রীয় ঘাইপথত ৬ চকা বা ওপৰৰ বাণিজ্যিক বাহন বন্ধ।

    ৮ অক্টোবৰৰ পুৱা ৭ৰ পৰা নিশা ১১.৩০  বজালৈ পথ নিৰ্দেশনা-

  • ২৭-১৭ নং ৰাষ্ট্রীয় ঘাইপথত ৪ চকা বা ওপৰৰ বাণিজ্যিক বাহন বন্ধ

৯ অক্টোবৰৰ পুৱা ৮ৰ পৰা নিশা ১১.৩০  বজালৈ পথ নিৰ্দেশনা-

  • DG Road, AT Road, MG Roadত সকলো বাণিজ্যিক বাহন বন্ধ

  • KLB Road, Taibulla Road, GNB Roadতো বন্ধ বাণিজ্যিক বাহন

  • B Boruah Road, LGS Road তো সকলো বাণিজ্যিক বাহন বন্ধ

  • বাণিজ্যিক বাহনৰ বাহিৰে আন বাহনত নাথাকে কোনো নিষেধাজ্ঞা

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in