অসম আৰক্ষীৰ SI পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল…

অসম আৰক্ষীৰ SI পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল…

author-image
asomiyapratidin
New Update
অসম আৰক্ষীৰ SI পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল…

ডিজিটেল ডেস্ক: অসম আৰক্ষীৰ উপ-পৰিদৰ্শৰ পৰীক্ষাৰ চাঞ্চল্য মাৰ নৌযাঁওতেই পুনৰ বাৰ বিতৰ্ক এইবাৰ অনুষ্ঠিত উপ-পৰিদৰ্শকৰ পৰীক্ষা।

দেওবাৰে (২৪ এপ্ৰল) অনুষ্ঠিত হৈছিল অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ বাবে লিখিত পৰীক্ষা। উল্লেখ্য যে, পৰীক্ষাৰ শেষত পৰীক্ষাৰ উত্তৰবহীৰ লগতে প্ৰশ্নকাকতো জমা দি আহিব লাগে পৰীক্ষাৰ্থীয়ে। আনকি মোবাইল নিয়াতো আছিল নিষেধাজ্ঞা।

তেনেক্ষেত্ৰত কেনেদৰে প্ৰশ্নকাকত ফাদিল হ'ল সেয়া এক ডাঙৰ ৰহস্য। এই প্ৰশ্ন কাকতৰ ফটো ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত। পূৰ্বৰ দৰে এইবাৰো এছ আই পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হৈছে নেকি তাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ। এই সন্দৰ্ভত এতিয়ালৈকে ছেবাই কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

আৰু পঢ়ক: কংগ্ৰেছত যোগদান প্ৰশান্ত কিশোৰৰ, বিশেষ সিদ্ধান্ত…

assam si exam himanta biswa sarma Assam police