অসম আৰক্ষীত পুনৰ ৰদ-বদল: এইবাৰ ধুবুৰী-বিশ্বনাথৰ এছ পিক বদলি গৃহবিভাগৰ...

অসম আৰক্ষীত পুনৰ ৰদ-বদল। এইবাৰ ধুবুৰীৰ এছ পি অপৰ্ণা নটৰাজনক বদলি গৃহ বিভাগৰ।

author-image
Asomiya Pratidin
New Update
অসম আৰক্ষীত পুনৰ ৰদ-বদল: এইবাৰ ধুবুৰী-বিশ্বনাথৰ এছ পিক বদলি গৃহবিভাগৰ...

ডিজিটেল ডেস্ক : অসম আৰক্ষীত পুনৰ ৰদ-বদল। এইবাৰ ধুবুৰীৰ আৰু বিশ্বনাথৰ এছ পিক বদলি গৃহ বিভাগৰ। ধুবুৰীৰ এছ পি অপৰ্ণা নটৰাজনক বদলি কৰিছে গৃহ বিভাগে। ধুবুৰীৰ পৰা দেৰগাঁৱৰ আৰক্ষী প্রশিক্ষণ কেন্দ্রৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে নটৰজানক।

Advertisment

আনহাতে বিশ্বনাথৰ এছ পি নৱীন সিঙক ধুবুৰীৰ এছ পি হিচাপে নিযুক্তি দিছে গৃহ বিভাগে। ইয়াৰ বিপৰীতে এ আই জি পি শুভাশিস বৰুৱাক বিশ্বনাথৰ এছ পি হিচাপে নিযুক্তি দিয়ে।

Also Read: যান বাহন আইন উলংঘাৰ ফলত টেঙাখাতত পথ দুৰ্ঘটনাত: আহত কেইবাজনো যাত্ৰী...

Assam police