অসম মুখ্য-পৃষ্ঠা মৰিয়ণিত আৰক্ষী বিষয়াৰ আত্মহত্যা… মৰিয়ণিত আৰক্ষী বিষয়াৰ আত্মহত্যা… asomiyapratidin 19 Jun 2022 15:11 IST Follow UsNew Updateযোৰহাটত আৰক্ষী বিষয়াৰ আত্মহত্যা।চাৰ্ভিছ ৰিভলভলেৰে গুলীয়াই আত্মহত্যা কৰে তেওঁ।বিষয়া জনৰ নাম ভূপেন দিহিঙীয়া।যোৰহাটৰ মৰিয়ণি চেলেংহাট আউটপোষ্টৰ আইচি আছিল তেওঁ।৩ দিনৰ পূৰ্বে যোগদান কৰিছিল কৰ্তব্যত।মৃত দিহিঙীয়াৰ ঘৰ লখিমপুৰত। assam suicide Assam policeআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক