New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/9101864d-837b-4632-9c2f-06c2d89c1710/muutg.jpg)
সোণাৰিত এনকাউণ্টাৰ।
দেওবাৰে সংঘটিত এই ঘটনা।
আলফা স্বাধীনৰ লিংকমেনলৈ গুলী চালনা চৰাইদেউ আৰক্ষীৰ।
সোণাৰিৰ অভয়পুৰত সংঘটিত এই ঘটনা।
শনিবাৰে সেনা-আৰক্ষীৰ জালত পৰা আলফা স্বাধীনৰ সদস্য যোগেন গগৈৰ ভৰিত লাগিল গুলী।
গুলিবিদ্ধ যোগেন গগৈ আলফা স্বাধীনৰ পৰা আত্মসমৰ্পন কৰাৰ পাছতো লিংকমেন হিচাপে জড়িত আছিল ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us