অসম মুখ্য-পৃষ্ঠা এনকাউন্টাৰ; আৰক্ষীৰ গুলী আহত বলাৎকাৰৰ অভিযুক্ত… এনকাউন্টাৰ; আৰক্ষীৰ গুলী আহত বলাৎকাৰৰ অভিযুক্ত… asomiyapratidin 22 Mar 2022 08:14 IST Follow UsNew Updateৰাজ্যত পুনৰ এনকাউন্টাৰ। ৫ বছৰীয়া শিশু বলাৎকাৰৰ অভিযুক্তলৈ আৰক্ষীৰ গুলী। পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত সংঘটিত এই ঘটনা।অভিযুক্ত হৰেন্দ্ৰ ৰাম নামৰ লোক জনৰ বাঁও ভৰিত গুলী লাগে।আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ লওঁতেই আৰক্ষীয়ে গুলী চলায়। assam karbi anglong rapeআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক