/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/59b67eab-c8cd-4274-a6f6-74192e6c39fc/Police.jpg)
-
অসম আৰক্ষীত বৰ্খাস্ত হৈয়ে আছে ইজনৰ পাছত সিজন বিষয়া।
-
এইবাৰ বৰ্খাস্ত হ'ল আন এজন দুৰ্নীতিপৰায়ণ কনিষ্টবল।
-
অবৈধভাৱে ধন সংগ্রহৰ অভিযোগত বৰ্খাস্ত হয় শ্বাহ আলমক নামৰ কনিষ্টবলজন।
-
বঙাইগাঁৱৰ মাণিকপুৰত তালাচীৰ নামত ধন সংগ্রহ কৰিছিল শ্বাহ আলমে।
-
তাৎক্ষণিকভাবে বলৱৎ হোৱাকৈ বৰ্খাস্ত কৰা হয় কনিষ্টবলজনক।
Also Read: চাবুৱাত কেন্দ্ৰীয় সাৰ মন্ত্ৰীৰ প্ৰতিকৃতি দাহেৰে ঘাইপথ অৱৰোধ ছাত্ৰ সন্থাৰ