New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/02/assam-police-app-baba.jpg)
- অসম আৰক্ষীৰ কনিষ্টবল পৰীক্ষাৰ ফলাফল ঘোষণা।
- ৬,৬৬২ টা কনিষ্টবল পদৰ ফলাফল ঘোষণা।
- APROৰ ৮১৩ টা কনিষ্টবল পদৰ ফলাফল ঘোষণা।
- F&ESৰ ৭৮৮ টা কনিষ্টবল পদৰ ফলাফল ঘোষণা।
- DGCDৰ ৭৫৪ টা কনিষ্টবল পদৰ ফলাফল ঘোষণা
- AISFৰ ১৫৪ টা কনিষ্টবল পদৰ ফলাফল ঘোষণা নহ'ল।
- আদালতত চলি থকা গোচৰৰ বাবে ঘোষণা কৰা নহ'ল ফলাফল।
- SLPRBৰ ৱেবছাইটত আপলোড কৰা হৈছে ফলাফল।
- ফলাফল চাব পাৰিব www.slprbassam.inত।