অসম আৰক্ষীৰ কনিষ্টবল পৰীক্ষাৰ ফলাফল ঘোষণা

অসম আৰক্ষীৰ কনিষ্টবল পৰীক্ষাৰ ফলাফল ঘোষণা
  • অসম আৰক্ষীৰ কনিষ্টবল পৰীক্ষাৰ ফলাফল ঘোষণা।
  • ৬,৬৬২ টা কনিষ্টবল পদৰ ফলাফল ঘোষণা।
  • APROৰ ৮১৩ টা কনিষ্টবল পদৰ ফলাফল ঘোষণা।
  • F&ESৰ ৭৮৮ টা কনিষ্টবল পদৰ ফলাফল ঘোষণা।
  • DGCDৰ ৭৫৪ টা কনিষ্টবল পদৰ ফলাফল ঘোষণা
  • AISFৰ ১৫৪ টা কনিষ্টবল পদৰ ফলাফল ঘোষণা নহ'ল।
  • আদালতত চলি থকা গোচৰৰ বাবে ঘোষণা কৰা নহ'ল ফলাফল।
  • SLPRBৰ ৱেবছাইটত আপলোড কৰা হৈছে ফলাফল।
  • ফলাফল চাব পাৰিব www.slprbassam.inত

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in