বোকাখাতত দেহ ব্যৱসায়ৰ ঘাটি উৎখাত : দুই যুৱতীসহ এজনক আটক

আৰক্ষীয়ে জব্দ কৰে আপত্তিজনক সা-সামগ্ৰী

author-image
Asomiya Pratidin
New Update
বোকাখাতত দেহ ব্যৱসায়ৰ ঘাটি উৎখাত : দুই যুৱতীসহ এজনক আটক

প্ৰতীকী আলোকচিত্ৰ

  • বোকাখাতত বৃহৎ দেহ ব্যৱসায় ঘাটি উৎখাত

Advertisment
  • এগৰাকী মহিলা, দুই যুৱতীসহ এজনক আটক বোকাখাত আৰক্ষীৰ

  • আৰক্ষীয়ে জব্দ কৰে আপত্তিজনক সা-সামগ্ৰী

  • বোকাখাত ম'হমাইকী গাঁৱৰ এটা ভাড়াঘৰত চলাই আহিছিল এই দেহ ব্যৱসায়

  • বোকাখাতৰ বিভিন্ন ঠাইত ভাৰাঘৰ লৈ চলাই আছিল এই অনৈতিক কাণ্ড

  • জানিব পৰা মতে দেহ ব্যৱসায় ঘাটিটোলৈ আৰক্ষীৰ লগতে আন গন্য মাণ্য বক্তিৰ আহ-যাহ আছিল।

Also Read: আখৰাত ব্যস্ত কলিয়াবৰৰ বিহুৱা-বিহুৱতীঃ প্ৰস্তুতিৰ বুজ লয় মন্ত্ৰী কেশৱ মহন্তই

crime Assam police