পৌৰ যুঁজ! ৭৪খন পৌৰসভাত বিজেপিৰ জয়লাভ, শোচনীয় বিৰোধী…

পৌৰ যুঁজ! ৭৪খন পৌৰসভাত বিজেপিৰ জয়লাভ, শোচনীয় বিৰোধী…

author-image
asomiyapratidin
New Update
পৌৰ যুঁজ! ৭৪খন পৌৰসভাত বিজেপিৰ জয়লাভ, শোচনীয় বিৰোধী…

প্ৰতীকি ফটো

ডিজিটেল ডেস্ক: অৱশেষত সম্পূৰ্ণ হ'ল ভোটগণনা। ৰাজ্যৰ ৮০ খন পৌৰসভাৰ ৭৪ আসন লাভ কৰে বিজেপিয়ে, কংগ্ৰেছে লাভ কৰে ১খন আসন আৰু নিৰ্দলীয়াই লাভ কৰে ২খন আৰু অগপই লাভ কৰে ২খন পৌৰসভা, আৰু এখন আসন ৫০-৫০। এআইইউডিএফে লাভ নকৰিলে এখনো আসন।

Advertisment

উল্লেখ্য যে,৭ মাৰ্চত অনুষ্ঠিত হৈছিল পৌৰসভা নিৰ্বাচন। ৩৬ খন নিৰ্বাচনী জিলাৰ ৯৭৭টা ৱাৰ্ডত নিৰ্বাচন অনুষ্ঠিত হৈছিল। ৯৭৭টা ৱাৰ্ডত ২,৫৩২ প্রাৰ্থীয়ে কৰিছিল প্রতিদ্বন্দ্বিতা।

ইয়াৰে ৫৭ প্রাৰ্থীয়ে ইতিমধ্যে বিনাপ্রতিদ্বন্দ্বিতাৰে জয় লাভ কৰিছে। ৩৬ নিৰ্বাচনী জিলাৰ মুঠ ভোটাৰ ১৬,৭৩,৮৯৯ গৰাকী।

assam bjp municipal election congress