New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
- শিৱসাগৰৰ ৫ নং ৱাৰ্ডত বিজেপিৰ জয়।
- যোৰহাটৰ ৪ নং ৱাৰ্ড কংগ্ৰেছৰ দখলত।
- পলাশবাৰী পৌৰসভা বিজেপিৰ দখললৈ।
- ৮২৫টা ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল।
- টিয়ৰ পৌৰসভাত ২টা ৱাৰ্ডত জয় অগপ আৰু বিজেপিৰ।
- চাবুৱা পৌৰসভা দখল কৰিছে বিজেপিয়ে।
- চতিয়া পৌৰসভা বিজেপিৰ দখলত।
- সৰভোগৰ ১ নং ৱাৰ্ডত নিৰ্দলীয়া প্ৰাৰ্থীৰ জয়।
- বৰপেটাৰ ৩নং ৱাৰ্ডত অগপ প্ৰাৰ্থীৰ জয়।