New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/04/congress.jpg)
- হোজাইৰ ২ টা ৱাৰ্ডত কংগ্ৰেছৰ জয়।
- নাৰায়নপুৰ পৌৰসভাত ১০খনৰ ভিতৰত ৫ খন দখল কংগ্ৰেছৰ.
- বিহপুৰীয়া পৌৰসভা বিজেপিৰ দখলৰ দিশে।
- গোৱালপাৰা ১ নং ৱাৰ্ডত নিৰ্দলীয়া প্ৰাৰ্থীৰ জয়।
- তিতাবৰ ৬নং ৱাৰ্ডত কংগ্ৰেছ প্ৰাৰ্থীৰ জয়।
- গোলাঘাট ১ন ৱাৰ্ডত বিজেপিৰ জয়।
- ৰহাৰ ৫ নং ৱাৰ্ডত বিজেপিৰ জয়।
- ঢকুৱাখানা পৌৰসভা বিজেপিৰ দখলত।, ১০টাৰ ভিতৰত ৯টাত বিজেপিৰ জয়।
- গোলকগঞ্জৰ ৫টা ৱাৰ্ডত নিৰ্দলীয় প্ৰাৰ্থঈৰ জয়।
- নাৰায়নপুৰৰ ৭টা ৱাৰ্ডত কংগ্ৰেছৰ জয়। নাৰায়নপুৰ পৌৰসভা কংগ্ৰেছৰ দখলত। মুঠ ১০টা আছিল।