হেক হ'ল মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ টুইটাৰ একাউন্ট

হেক হ'ল মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ টুইটাৰ একাউন্ট
  • হেক হ'ল মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ টুইটাৰ একাউন্ট ।

  • ইন্টাৰনেটৰ বিশ্বায়নৰ যুগত এতিয়া সুৰক্ষিত নহয় শীৰ্ষ ৰাজনীতিবিদ, নেতাও ।

  • এইবাৰ দুৰ্বৃত্তকাৰীৰ কবলত অসমৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ টুইটাৰ একাউন্ট ।

  • মন্ত্ৰী গৰাকীৰ টুইটাৰ একাউন্টটি হেক হয় মঙলবাৰে নিশা । 

  • তাৰ পাছতেই বিভিন্ন ব্যৱসায়িক বিজ্ঞাপন প্ৰকাশ কৰা হয় মন্ত্ৰী গৰাকীৰ টুইটাৰ একাউন্টটোৰ পৰা ।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in