Advertisment

অসম-মেঘালয় সীমা বিবাদৰ বাবে দ্বিতীয় পৰ্যায়ৰ আলোচনা হ’ব…

অসম-মেঘালয় সীমা বিবাদৰ বাবে দ্বিতীয় পৰ্যায়ৰ আলোচনা হ’ব…

author-image
asomiyapratidin
New Update
অসম-মেঘালয় সীমা বিবাদৰ বাবে দ্বিতীয় পৰ্যায়ৰ আলোচনা হ’ব…

ডিজিটেল ডেস্ক: অসম-মেঘালয়ৰ মাজত হৈ থকা দীৰ্ঘদিনীয়া সীমা বিবাদ সন্দৰ্ঙত দ্বিতীয় পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হ'ব পাৰে চলিত বৰ্ষৰ জুন-জুলাই মাহত। এই কথা জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Advertisment

দ্বিতীয় পৰ্যায়ৰ আলোচনাত বাকী থকা ৬টা ক্ষেত্ৰৰ ওপৰত আলোচনা কৰিব।ইয়াৰ পূৰ্বে ২৯ মাৰ্চত অসম-মেঘালয় চৰকাৰে বিবাদমান ১২টা ক্ষেত্ৰৰ ভিতৰত ৬ টা ক্ষেত্ৰতত সীমা বিবাদ নিষ্পত্তি ৰখাৰ বাবে এক চুক্তি স্বাক্ষৰ কৰিছিল।কিন্তু দ্বিতীয় পৰ্যায়ৰ আলোচনা প্ৰত্যাহ্বান মূলক হ'ব বুলি কৈছিল মুখ্যমন্ত্ৰী শৰ্মাই।

দ্বিতীয় পৰ্যায়ৰ আলোচনাত লাম্পী, খণ্ড১ আৰু খণ্ড ২ ৰ দৰে অঞ্চল আছে। এই ক্ষেত্ৰসমূহৰ ক্ষেত্ৰত কি সিদ্ধান্ত লোৱা হয় সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষ্যণীয়।

assam meghalaya