মেঘালয়ত দুৰ্বৃত্তই নৃশংসভাৱে হত্যা কৰিলে অসমৰ যুৱকক

পুনৰ বহিঃৰাজ্যত হত্যা অসমৰ যুৱকৰ। যুৱকজন কোকৰাঝাৰ তুলসীবিলৰ কুমগুৰি গাঁৱৰ ৰফিকুল ইছলাম।

author-image
Asomiya Pratidin
New Update
মেঘালয়ত দুৰ্বৃত্তই নৃশংসভাৱে হত্যা কৰিলে অসমৰ যুৱকক

  • পুনৰ বহিঃৰাজ্যত হত্যা অসমৰ যুৱকৰ।

  • যুৱকজন কোকৰাঝাৰ তুলসীবিলৰ কুমগুৰি গাঁৱৰ ৰফিকুল ইছলাম।

  • কামৰ সন্ধানত মেঘালয়লৈ গৈছিল ৰফিকুল ইছলাম।

  • দুৰ্বৃত্তই চোকা অস্ত্রৰে মূৰত আঘাত কৰি পেলাই থৈ যায় ৰফিকুলক।

  • মেঘালয়ৰ ফোৰপাইলাৰ নামৰ ঠাইত সংঘটিত এই হত্যাকাণ্ড।

  • চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু ৰফিকুল ইছলামৰ।

  • ঘটনা সন্দৰ্ভত চাঞ্চল্য অব্যাহত।

  • সোমবাৰে পোহৰলৈ আহে এই ঘটনা।

Assam police meghalaya