অসমৰ ১৪ সমষ্টিত কোন কিমান ভোটত আগত পাছত…

অসমৰ ১৪ সমষ্টিত কোন কিমান ভোটত আগত পাছত…

author-image
asomiyapratidin
New Update
অসমত ৭খন আসনত আগবাঢ়ি আছে বিজেপি…

  • স্বায়ত্ব শাসিত জিলা ডিফুত কংগ্ৰেছ প্ৰাৰ্থী বীৰেণ সিং ইংতিতকৈ ২৬৭৫৭টা ভোটত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী হৰেণ সিং বে'।
  • বৰপেটা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকতকৈ ৩১,২৬০ টা ভোটত আগবাঢ়ি আছে অগপ প্ৰাৰ্থী কুমাৰ দীপক দাস।
  • ধুবুৰী সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীতকৈ ৫৫৩০০ ভোটত আগবাঢ়ি আছে এআইইউডিএফ প্ৰাৰ্থী বদৰুদ্দিন আজমল।
  • ডিব্ৰুগড়ত কংগ্ৰেছ প্ৰাৰ্থী পৱন সিং ঘাটোৱাৰতকৈ ১২১৫৭৫ টা ভোটত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী ৰামেশ্বৰ তেলী।
  • গুৱাহাটী সমষ্টিত বিজেপি প্ৰাৰ্থী কুইন ওজাতকৈ ৬৩২০টা ভোটত আগবাঢ়ি আছে
    কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মা।
  • যোৰহাটত কংগ্ৰেছ প্ৰাৰ্থী সুশান্ত বৰগোহাঁইতকৈ ২৬৭১৭টা ভোটত আগবাঢ়ি আছে বিজেপিৰ তপন গগৈ।
  • কলিয়াবৰত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈতকৈ ১৪৮৩৫টা ভোটত আগবাঢ়ি আছে অগপ প্ৰাৰ্থী মণিমাধৱ মহন্ত।
  • কৰিমগঞ্জত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী কৃপানাথ মাল্লাতকৈ ৪৭১৫৭টা ভোটত আগবাঢ়ি আছে এআইইউডিএফৰ প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাস।
  • কোকৰাঝাৰত বিপিএফৰ প্ৰাৰ্থী প্ৰমিলাৰাণী ব্ৰহ্মতকৈ ইউপিপিএলৰ প্ৰাৰ্থী উৰ্খাও গৌড়া ব্ৰহ্ম আগবাঢ়ি আছে ১১৪৫০ টা ভোটত।
  • লখিমপুৰত কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোহাইতকৈ ১৫৫৬৭৮টা ভোটত আগবাঢ়ি আছে বিজেপিৰ প্ৰদান বৰুৱা।
  • মঙলদৈত কংগ্ৰেছ প্ৰাৰ্থী ভূৱনেশ্বৰ কলিতাতকৈ ৩৯৮৫২টা ভোটত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়া।
  • নগাঁও সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈতকৈ ৩৯৪৫৪ টা ভোটত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মা।
  • শিলচৰত কংগ্ৰেছ প্ৰাৰ্থী সুস্মিতা দেৱতকৈ ৩৪০৯৪টা ভোটত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী ৰাজদ্বীপ ৰয়।
  • তেজপুৰ সমষ্টিত এমজিভিকে ভানুতকৈ ৪০১৯৩টা ভোটত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাস।