গোৱালপাৰাত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ…

গোৱালপাৰাত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ…

author-image
asomiyapratidin
New Update
কাছাৰত নাই জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণঃ মেলেৰিয়া, ডেংগুৰ আছে প্ৰভাৱ

ডিজিটেল ডেস্কঃ ক'ভিডৰ পিছত এইবাৰ জাপানীজ এনকেফেলাইটিছে লৈছে সংহাৰী ৰূপ।গোৱালপাৰাত জাপানীজ এনকেফেলাইটিছে প্ৰাণ কাঢ়িলে দুজন লোকৰ।

Advertisment

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান মিছনৰ সমীক্ষা অনুসৰি অসমৰ কেতবোৰ অঞ্চলত বুজন সংখ্যক লোক জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে।

ইতিমধ্যে এই ক্ষেত্ৰত অসম চৰকাৰৰ স্বাস্থ্য বিভাগে ব্যৱস্থা লৈছে বুলি জানিবলৈ দিয়ে।ইয়াৰ পূৰ্বেও জাপানীজ এনকেফেলাইটিছ ৰোগত ৰাজ্যৰ বহুলোকে প্ৰাণ হেৰুৱাইছে।

assam himanta biswa sarma keshab mahanta japanese encephalitis goalpara