নিযুক্তি পৰীক্ষাৰ নথি-পত্র জালিয়াতিত জড়িত ২২ অভিযুক্তক জেৰা চি.আই.ডিৰ...

উল্লেখ্য যে ভুৱা কম্পিউটাৰ চাৰ্টিফিকেটেৰে চাকৰি লোৱাৰ চেষ্টা চলাইছিল একাংশই

author-image
Asomiya Pratidin
New Update
নিযুক্তি পৰীক্ষাৰ নথি-পত্র জালিয়াতিত জড়িত ২২ অভিযুক্তক জেৰা চি.আই.ডিৰ...

cid update

ডিজিটেল ডেস্ক : নিযুক্তি পৰীক্ষাৰ নথি-পত্র জালিয়াতিত জড়িত ২২ অভিযুক্ত জেৰা কৰিছে চি.আই.ডিয়ে। আন ৬ অভিযুক্তক পাণবজাৰ থানাৰ পৰা লৈ যোৱা হৈছে চি.আই.ডিৰ জিম্মালৈ। উল্লেখ্য যে ভুৱা কম্পিউটাৰ চাৰ্টিফিকেটেৰে চাকৰি লোৱাৰ চেষ্টা চলাইছিল একাংশই।

Advertisment

দেওবাৰে কেইবাজনো অভিযুক্তক আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে। আনহাতে, বৃহস্পতিবাৰে চি.আই.ডিয়ে গ্রেপ্তাৰ কৰিছিল এই ৬ জন প্রাৰ্থীক। ইয়াৰে ৪জনক চি.আই.ডিৰ কাৰ্যালয়ত আৰু দুজনক ধুবুৰীৰ পৰা গ্রেপ্তাৰ কৰা হয়।

fraud cid exam assam